মোগলৰ লগত আৰ্য ব্ৰাহ্মণৰ গোপন সম্বন্ধঃ মোগল নহ'য়, ইংৰাজক খেদাৰ আঁৰত আছিল বহু কাৰণ

ভৰতবৰ্ষত তথাকথিত হিন্দু ধৰ্মত চাৰি বৰ্ণ আছে যদিও "শূদ্ৰ" বৰ্ণ হ'ল হিন্দু ধৰ্মৰ আটাতকৈ নীচ বৰ্ণ ৷ অৰ্থাৎ চাৰি বৰ্ণত "শূদ্ৰ" নামত হে হিন্দু, কৰ্মত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ তিনি বৰ্ণৰ গোলাম ৷ তিনি বৰ্ণৰ গোলাম "শূদ্ৰ" সকলেই হ'ল আজিৰ অন্যান্য পিছপৰা শ্ৰেণী, যাক কোৱা হ'য় অবিচি(OBC) ৷ বাকি তিনি বৰ্ণ হ'ল জেনেৰেল কেটেগেৰী সকল ৷ সাধাৰণ শ্ৰেণীৰ ভিতৰত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য বিদ্যামান ৷

হিন্দুৰ বাহিৰত থাকি যোৱা সকলৰ ভিতৰত ভাৰতবৰ্ষৰ অপৃশ্য অনুসূচীত জাতি আৰু জনজাতি সকল ৷ অৰ্থাৎ আজিৰ Schedule Cast আৰু Schedule Tribe সকল ৷ যাক হিন্দুৰ চাৰি বৰ্ণই কেতিয়াও ঢুকি পোৱা নাছিল ৷

ভাৰতবৰ্ষত ইংৰাজে প্ৰায় দুশবছৰ ধৰি শাসন কৰিলে ৷ এই দীঘলীয়া শাসন কালত ইংৰাজে ভাৰতীয় মানুহৰ পৰা বলপূৰ্বক ধন-সম্পত্তি কাঢ়ি শোষণ কৰিলে ৷ ইংৰাজৰ বিৰুদ্ধে সকলো ভাৰতীয় মাৰবান্ধি ওলাই আহাৰ পাছতো আৰ্য ব্ৰাহ্মণে ইংৰাজৰ বিৰুদ্ধে অস্ত্ৰমুক্ত আন্দোলন চলোৱাক লৈ ভাৰতৰ বিদ্বত মহলত আজিও যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হ'য় ৷

ভাৰতবৰ্ষক সৰ্বপ্ৰথম মুছলিম শাসক মীৰ কাছিমে ৭১২ খৃঃ আক্ৰমণ কৰে ৷ মীৰ কাছিমৰ পাছত…
মহম্মদ গজনী,
মহম্মদ ঘোৰী,
চেংগীজ খান,
কুতুবুদ্দিন এতবক,
গোলাম বংশ,
তোগলক বংশ,
খিলজী বংশ,
লোডী বংশৰ পাছতেই ভাৰতত শেষ "মোগলে"(মোগল মুছলমান নাছিল, মোগল এক ৰেচ তথা বংশৰ নাম)ই ভাৰতক আক্ৰমণ কৰি ভাৰতবাসীক বহু অত্যাচাৰ, উৎপীড়ন তথা শোষণ কৰি ৰাজত্ব কৰিছিল ৷ মীৰ কাছিমৰ পৰা আৰম্ভ কৰি শেষ মোগল লৈকে হওঁক, ভাৰতবৰ্ষত থকা আৰ্য ব্ৰাহ্মণে এই বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে কোনো এটা টু শব্দৰে প্ৰতিবাদ কৰা নাছিল ৷ ইয়াৰ পৰিৱৰ্তে ব্ৰাহ্মণে বিদেশী ৰজাৰ লগত মিতিৰালীৰে ভাৰতীয় প্ৰজাগণক সামাজিক ভাৱে শোষণ হে কৰিব ধৰে ৷

বিদেশী মীৰ কাছিমৰ পৰা মোগল বংশৰ অত্যাচাৰী শাসনৰ সময়লৈকে তথাকথিত হিন্দু সমাজক আৰ্য ব্ৰাহ্মণেই নিজকে উচ্চ শ্ৰেণীৰ আসনত বহুৱাই সমাজৰ অভিভাৱকত্বৰ দায়িত্ব লৈছিল ৷ বিনিময়ত অ-মুছলমান "হিন্দু" সমাজে ব্ৰাহ্মণক নিয়মীয়া কৰ পৰিশোধ কৰিব লগা  হৈছিল, লগতে আৰ্য ব্ৰাহ্মণৰ ধৰ্মীয় গোড়ামী আৰু অন্ধবিশ্বাৰ দৰে ঘৃণনীয় কু-প্ৰথাক আখৰে আখৰে পালন কৰিব লগা হৈছিল ৷ এই গোটেইখিনি সময়ত হিন্দু সমাজৰ অভিভাৱকত্বৰ দায়িত্ব লোৱা আৰ্য ব্ৰাহ্মণে মোগল বিৰুধী কাৰ্যত লিপ্ত হোৱা ইতিহাস কতোয়ে পাবলৈ নাই ৷ কাৰণ ভাৰত আক্ৰমণ কৰি যিমান বিদেশী মুছলমান আক্ৰমণকাৰীয়ে ভাৰতক অত্যাচাৰৰে শোষণ কৰিছিল, ঠিক তেনেকৈ বিদেশী আৰ্য ব্ৰাহ্মণেও অত্যাচাৰী মুছলমান আক্ৰমণকাৰীৰ সৈতে লগ লাগি সাধাৰত ভাৰতীয় প্ৰজাগণক সামাজিক, ৰাজনৈতিক, সাংস্কৃতিকভাৱে শোষণ কৰিছিল ৷ ভাৰতীয়ক কৰা শোষণত মুছলমান আক্ৰমণকাৰী আৰু আৰ্য ব্ৰাহ্মণৰ কোনো পাৰ্থক্য নাছিল ৷ দুয়ো ভাৰত বিৰুধী আৰু বিদেশী আক্ৰমণকাৰী আছিল ৷ সেইপিনৰ পৰা মুগল আৰু ব্ৰাহ্মণৰ চৰিত্ৰ একেই ৷

বিদেশী মুছলমানৰ ভাৰত আক্ৰমণ তাৰ পাছত এক দীঘলীয়া শাসনৰ অন্তলৈকে আৰ্য ব্ৰাহ্মণে মুছলমানৰ লগত একেলগে ভাৰতীয়ক শোষণ কৰিছিল ৷ সেই সময়ত আৰ্য ব্ৰাহ্মণে মোগলৰ বিৰুদ্ধে কোনো ক্ৰান্তি তথা আন্দোলন কৰা নাছিল কিন্তু যেতিয়া মুগলৰ শাসন সমাপ্ত হৈ বৃটিছ ইংৰাজৰ হাতলৈ যায় তেতিয়া ব্ৰাহ্মণে ইংৰাজৰ বিৰুদ্ধে ক্ৰান্তি তথা আন্দোলন কৰিবলৈ বাধ্য হ'য় ৷ আৰ্য ব্ৰাহ্মণে চতুৰ ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰাৰ আঁৰত বহুতু কাৰণ নিহিত আছিল ৷ যি বিলাক কাৰণে আৰ্য ব্ৰাহ্মণৰ স্বাৰ্থক বিঘিন্ন কৰি তুলিছিল ৷

১/ ইংৰাজে ১৭৯৫ চনত অধিনিয়ম ১১ ৰ দ্বাৰা সমাজৰ নিম্ন শ্ৰেণীকো সম্পত্তি ৰখাৰ অধিকাৰ আইন প্ৰণয়ন কৰে ৷

২/ ১৭৭৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বৃটিছ ইণ্ডিয়াত ৰেগুলেটিক এক্ট প্ৰণয়ন কৰে য'ত ন্যায় ব্যৱস্থা সকলোৰ কাৰণে সমান আধাৰিত আছিল ৷ ১৭৭৫ চনৰ ৬ মে'ত উক্ত আইনৰ আধাৰত বংগৰ সামন্ত ব্ৰাহ্মণ নন্দ কুমাৰ দেৱক ফাঁচী দিছিল ৷

৩/ ১৮০৪ চনত অধিনিয়ম ৩ দ্বাৰা ইংৰাজে ভাৰতীয় সমাজত চলি থকা কন্য শিশু হত্যাত বাধা আৰোপ কৰে ৷ স্মৰ্তব্য যে, কণ্য শিশু জন্ম হ'লেই ব্ৰাহ্মণৰ পৰামৰ্শত কণ্য শিশুৰ তালুত কানি(আফিং) লগোৱা, মাকৰ স্তনত ধতুৰা লগোৱা আৰু গাঁত খান্দি সেই গাঁতত গাখীৰ ৰাখি কণ্য শিশুটো ডুবাই হত্যা কৰোৱা হৈছিল ৷

৪/ ১৮১৩ চনত বৃটিছ ইণ্ডিয়াই ভাৰতত সকলো শ্ৰেণী, ধৰ্মৱালম্বী, সকলো জাতিয়ে শিক্ষা গ্ৰহণ কৰিব পৰা অধিকাৰ আইন গ্ৰহণ কৰে ৷

৫/ ইংৰাজে ভাৰতীয় সমাজত প্ৰচলিত "দাস প্ৰথা"ক সম্পূৰ্ণ বন্ধ কৰে আৰু ইয়াৰ বিৰুদ্ধে আইনী নীতি গ্ৰহণ কৰে ৷

৬/ ইংৰাজে ১৮১৭ চনত ভাৰতত "সমান নাগৰিক সংহিতা আইন" গৃহিত কৰে ৷ উল্লেখ্য যে, ১৮১৭ চনৰ আগত ভাৰতীয় পৰম্পৰাগত দণ্ডবিধি প্ৰচলন আছিল, য'ত বৰ্ণ অনুসৰি দণ্ডৰ কম-বেছি হিচাপ আছিল ৷ অৰ্থাৎ সমাজৰ উচ্চ শ্ৰেণী ব্ৰাহ্মণে গুৰুত্বতকৈ গুৰুত্ব অপৰাধ কৰিলেও কোনো দণ্ড নহৈছিল ৷ শাস্তি হিচাপে ব্ৰাহ্মণে কেৱল টিকনী কটোৱা শাস্তি আছিল ৷ বিপৰীতে সমাজত নিম্ন স্থান পোৱা শূদ্ৰই সাধাৰণ অপৰাধতে কঠোৰ দণ্ড ভোগ কৰিব লগা হৈছিল ৷ ইংৰাজে এনে ভেদপূৰ্ণ দণ্ডবিচাৰক সমান কৰি দিছিল ৷

৭/ ১৮১৯ ত অধিনিয়ম ৭ দ্বাৰা ভাৰতবৰ্ষত ব্ৰাহ্মণে শূদ্ৰ মহিলাক কৰা "শুদ্ধিকৰণ" ব্যৱস্থাক নিষিদ্ধ কৰে ৷ ব্ৰাহ্মণৰ শুদ্ধিকৰণ ব্যৱস্থাত সবমাজৰ নিম্ন শ্ৰেণী শূদ্ৰ সকলে নিজ কণ্যাক বিয়া দিলে সেই কণ্যাই স্বামীৰ ঘৰ যোৱাৰ আগত অতি কমেও তিনিদিন ব্ৰাহ্মণ পুৰুষৰ ওচৰত "শাৰিৰিক সেৱা" দিব লগা হৈছিল ৷ ব্ৰাহ্মণে তিনিদিন ধৰি কণ্যা গৰাকীক শাৰিৰীক সম্ভোগ কৰাৰ পাছত মূৰত সেন্দুৰ লগাই পঠিয়াইছিল ৷ সেই সেন্দুৰেই ভাৰতীয় সমাজত সংস্কৃতি হিচাপে থাকি গ'ল ৷

৮/ ১৮৩০ চনত ব্ৰাহ্মণে মন্দিৰত পৰম্পৰাৰ নামত চলাই অহা নৰবলি প্ৰথাক নিষিদ্ধ কৰে ৷

৯/ ১৮৩৩ চনত অধিনিয়ম ৮৭ দ্বৰা ইংৰাজে তেওঁলোকৰ প্ৰশাসনিক সেৱাত ভেদভাৱ সম্পূৰ্ণ বন্ধ কৰি যোগ্যতাৰ আধাৰত সমাজৰ উচ্চ-নীচ শ্ৰেণীক সমান স্থান দিয়া আৰম্ভ কৰে ৷ ইংৰাজৰ এনে সমানতাত ব্ৰাহ্মণৰ কৌটিকলীয়া ভেদপূৰ্ণ পৰম্পৰাগত শোষণৰ পথ ৰুদ্ধ হ'য় ৷

১০/ ১৮৩৪ চনত প্ৰথম ভৰতীয় বিধি আয়োগৰ গঠন হ'য় ৷ এই আয়োগৰ উদ্দেশ্য আছিল, ভাৰতীয়ৰ সমাজ ব্যৱস্থাত প্ৰচলিত বৰ্ণভেদ, জাতি প্ৰথা, অপৃশ্যতা, ধৰ্ম, ক্ষেত্ৰ ভেদ ইত্যাদি নিবাৰণ কৰা ৷ বৃটিছৰ এনে কামত ব্ৰাহ্মণ ক্ষুণ্ন হৈ পৰে ৷ 

১১/ ১৮৩৫ চনত প্ৰথম পুত্ৰ জন্ম হ'লে গংগা দান দিয়া প্ৰথা ইংৰাজে নিষিদ্ধ কৰে ৷ উল্লেখ্য যে, উচ্চ বৰ্ণ ব্ৰাহ্মণে এক নিয়ম বনাইছিল য'ত নিম্ন শ্ৰেণীৰ শূদ্ৰ সমাজত যদি প্ৰথম পুত্ৰটো ল'ৰা হ'য়, তেন্তে সেই প্ৰথম ল'ৰা সন্তানটো গংগাত দলিয়াই(দান) কৰিব লাগে ৷ ব্ৰাহ্মণে বিশ্বাস কৰিছিল যে, শূদ্ৰৰ ঘৰত জন্মা প্ৰথম ল'ৰাটো সুষ্ট-পুষ্ট ৷ গতিকে সেই ল'ৰাই ডাঙৰ হৈ ভৱিষ্যতে ব্ৰাহ্মণৰ বিৰুদ্ধে যুঁজ কৰিব ৷

১২/ ১৮৩৫ চনৰ ৭ মাৰ্চত ইংৰাজ শাসক লৰ্ড মেকালে শিক্ষা নীতিক ৰাজ্যৰ বিষয় কৰে আৰু উচ্চ শিক্ষাত ইংৰাজী ভাষাক মাধ্যম হিচাপে স্থান দিয়ে ৷ যাৰ ফলত ব্ৰাহ্মণৰ সংস্কৃত ভাষা আহত হ'য় ৷

১৩/ ১৮৩৫ ইংৰাজে শূদ্ৰক চকীত বহিবলৈ অধিকাৰ প্ৰদান কৰে ৷ শূদ্ৰই চকিত বহাৰ অধিকাৰ পোৱাত ব্ৰাহ্মণৰ সন্মানত আঘাত লাগে ৷

১৪/ ইংৰাজে ১৮২৯ চনৰ ডিচেম্বৰত অধিনিয়ম ১৭ কাৰ্যকৰী কৰি স্বামী মৃত্যু হ'লে স্বামীৰ চিতাত জীৱন্ত পত্নীক ধৰি বান্ধি জ্বলাই দিয়া "সতী দাহ" প্ৰথা নিষিদ্ধ কৰে ৷

১৫/ ইংৰাজে দেৱদাসী প্ৰথাক বাধা প্ৰদান কৰে ৷ এই প্ৰথাটোত ব্ৰাহ্মণে কলেই শূদ্ৰই নিজৰ ছোৱালীক "মন্দিৰ সেৱা" কৰিবলৈ দান দিব লগা হৈছিল ৷ দান হিচাপে পোৱা ছোৱালীৰ লগত ব্ৰাহ্মণ পুৰুহিতে যৌন শোষণ, যৌন সম্ভোগত লিপ্ত হ'য় ৷ পাছত দেৱদাসীয়ে গৰ্ভৱতী হৈ সতি-সন্ততি জন্ম পালে সেই সন্তানবোৰক মন্দিৰৰ পৰা বাহিৰ কৰি দিয়ে আৰু সেই ল'ৰা-ছোৱালীক "হৰিজন" নাম ৰাখিছিল ৷ ১৯২১ চনত ভাৰতবৰ্ষত ইংৰাজৰ অধিনত যেতিয়া জাতি গণনা হৈছিল তেতিয়া মাদ্ৰাজ(এতিয়াৰ চেন্নাই)ত মুঠ জনসংখ্যা ৪ কোটি ২৩ লাখৰ ভিতৰত দুই লাখ দেৱদাসী(মন্দিৰত দান দিয়া শূদ্ৰ(obc) যুৱতী) মন্দিৰত থাকিছিল ৷ স্মৰ্তব্য যে, দক্ষিণ ভাৰতত বৰ্তমানেও ব্ৰাহ্মণৰ "দেৱদাসী প্ৰথা" প্ৰচলন হৈ আছে ৷

১৬/ ১৮৩৭ চনত ইংৰাজে ঠগ প্ৰথা বিলুপ্ত কৰিছিল ৷ এই ক্ষেত্ৰত বলিউদৰ অভিনেতা আমিৰ খান অভিনিত "ঠগ হিন্দস্থান" চোৱা সকলে ঠগ অৰ্থাৎ প্ৰৱঞ্চকৰ বিষয়ে ভালকৈয়ে জানিব ৷

১৭/ ইংৰাজে ১৮৪৯ চনত কলিকতাত বালিকা বিদ্যালয় স্থাপন কৰে ৷

১৮/ ইংৰাজে ১৮৫৪ চনত কলিকতা, মাদ্ৰাজ আৰু বম্বেত একোখনকৈ মুঠ তিনিখন প্ৰেচিডেঞ্চি অৰ্থাৎ বিশ্বঃবিদ্যালয় স্থাপন কৰে ৷ ১৯০২ চনত ইংৰাজে বিশ্বঃবিদ্যালয় আয়োগ নিয়ুক্ত কৰে ৷ ইংৰাজৰ উদাৰ শিক্ষা নীতিত ব্ৰাহ্মণৰ পৰম্পৰাগত আৰু ভেদভাৱপূৰ্ণ শিক্ষা এলাগী হ'ব ধৰে ৷

১৯/ ইংৰাজে ১৮৬০ চনৰ ৬ অক্টোৱৰত "ভাৰতীয় দণ্ডবিধি আইন" প্ৰণয়ন কৰে ৷ লৰ্ড মেকলে ব্ৰাহ্মণৰ পুৰণি পৰম্পৰাগত পদ্ধতিৰে শূদ্ৰক কৰা অত্যাচাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰি সকলোৰ বাবে সমান দণ্ড বিধি কাৰ্যকৰী কৰে ৷

২০/ ইংৰাজে ১৮৬৩ চনত চড়ক পূঁজা বন্ধ কৰি দিয়ে ৷ এই পূঁজা অসমতস
 চ'ত মাহৰ শেষ তাৰিখত পতা হ'য় ৷ অৰ্থাৎ ব্ৰাহ্মণৰ এই পূঁজা বৰ্তমানেও চলি আছে ঠাই বিশেষে ৷ চড়ক পূঁজাৰ তাৎপৰ্য হ'ল, বিলাসী অট্টালিকা নিৰ্মাণ নতুবা দলং, পকী পথ নিৰ্মাণ কৰাৰ আগমহূৰ্তত শূদ্ৰ ল'ৰাক ভগৱানৰ নামত নিৰ্মিত দলং, পকী ৰাস্তাত বলি দিয়া হ'য় যাতে সেই দলং আৰু পকী পথ বহু দিনে ঠিকে থাকে ৷

২১/ ১৮৬৭ চনত বংগৰ বৃটিছ প্ৰশাসনে বহু বিবাহ প্ৰচলন বন্ধ কৰি দিয়ে ৷ যাৰ প্ৰভাৱ সমগ্ৰ বৃটিছ ভাৰততে পৰে ৷

২২/ ইংৰাজে ১৮৭১ চনত জাতি গণমা প্ৰাৰম্ভ কৰে ৷ এই জনগণনা ১৯৪১ চনলৈ হ'য় ৷ ১৯৪৮ চনত ব্ৰাহ্মণ জৱহৰলাল নেহেৰু ই আইন বনাই জাতি গণনাৰ ওপৰত সাময়িক স্থগিতাদেশ জাৰী কৰে ৷

২৩/ ইংৰাজে ১৭৭২ চনত "চিভিল মেৰিজ এক্ট" আইনৰ দ্বাৰা ১৪ বছৰৰ কম আয়ু ছোৱালী আৰু ১৮ বছৰৰ কম আয়ু ল'ৰাৰ বিবাহ বন্ধ কৰি দেশত "বাল্যবিবাহ" নিষিদ্ধ কৰি দিয়ে ৷

২৪/ ইংৰাজে ৰায়ত পদ্ধতিৰে ভুমি পঞ্জীয়ন কৰাই শূদ্ৰক ভুমিৰ গৰাকী বনায় ৷ ফলত ব্ৰাহ্মণৰ জমিদাৰী প্ৰথা বিলুপ্তিৰ দিশে গতি কৰে ৷

২৫/ ইংলেণ্ডৰ বৃটিছ চৰকাৰে ১৯১৮ চনত চাউথবৰো কমিটিক ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰে ৷ এই কমিটি ভাৰতবৰ্ষত প্ৰত্যেক জাতিৰ ক্ষেত্ৰত "বিধি মণ্ডল"(আইন বনেৱা সংস্থা) পৰামৰ্শদাতা হিচাপে আহে ৷ ড° বাবা চাহেব আম্বেদকাৰে এই কমিটিক শূদ্ৰ, অনুসূচিত জাতি আৰু জনজাতিৰ হৈ স্মাৰক পত্ৰ আগবঢ়ায় ৷

২৬/ ইংৰাজে ১৯১৯ চনত ভাৰত চৰকাৰ অধিনিয়ম গঠন কৰে ৷

২৭/ ১৯১৯ চনত ইংৰাজে ব্ৰাহ্মণক ন্যায়াধিশ হ'বলৈ বাধা আৰোপ কৰে ৷ ব্ৰাহ্মণৰ ন্যায়িক চৰিত্ৰ নোহোৱাৰ বাবেই ইংৰাজে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

২৮/ ১৯২৭ চনৰ ২৫ ডিচেম্বৰত ড° বাবা চাহেব আম্বেদকাৰ দেৱে ব্ৰাহ্মণৰ "মনু স্মৃতি" গ্ৰন্থ জ্বলাই দিয়ে ৷ মনু স্মৃতি গ্ৰন্থত ব্ৰাহ্মণে শূদ্ৰ(obc)ক ব্ৰাহ্মণৰ গোলাম আৰু মহিলাক ব্ৰাহ্মণ পুৰুষৰ সম্ভোগ আহিলা হিচাপে দেখুৱাইছে ৷

২৯/ ১৯৩০ চনৰ ১ মাৰ্চত ড° বাবা চাহেব আম্বেদকাৰ দেৱে কালা ৰাম মন্দিৰ(মহাৰাষ্ট্ৰৰ নাছিক)ত প্ৰৱেশ কৰা আন্দোলন চলায় ৷

৩০/ ইংৰাজে ১৯২৭ চনত সমাজৰ নিম্ন শ্ৰেণী শূদ্ৰ সকলক সাৰ্বজনীক স্থানত অহা-যোৱা কৰিব পৰা অধিকাৰ আইন গৃহিত কৰে ৷ যাৰ ফলত নিম্ন বৰ্ণ শূদ্ৰৰ এনে অধিকাৰ লাভত ব্ৰাহ্মণে ইংৰাজৰ বিৰুদ্ধে ভিতৰি বিৰুদ্ধাচৰণ কৰিব ধৰে ৷

৩১/ বৃটিছ চৰকাৰে ১৯২৭ চনত ভাৰতত ছাইমন কমিছন নিয়োগ কৰে ৷ এই ছাইমন কমিছনে ১৯২৮ চনত ভাৰতবৰ্ষত থকা অপৃশ্য জাতিৰ জৰিপ আৰু অতিৰিক্ত অধিকাৰ প্ৰদানৰ হকে কাম আৰম্ভ কৰে ৷ প্ৰত্যেক ভাৰতীয়ই যাতে সমান অধিকাৰ লাভ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাইমন কমিছন ভাৰতত পৰ্দাপন কৰাৰ লগে লগেই দুই ব্ৰাহ্মণ মহাত্মা গান্ধী আৰু লালা লাজপট ৰায়ে ছাইমন কমিছনৰ বিৰুদ্ধে দেশব্যাপি আন্দোলন কৰা আৰম্ভ কৰি দিয়ে ৷ যাৰ ফলত ছাইমন কমিছনে জৰিপ আধাতে সামৰি লণ্ডনলৈ উভতিব লগা হ'য় ৷

৩২/ ইংৰাজে ১৯৩২ চনৰ ২৪ চেপ্তেম্বৰত "সাম্প্ৰদায়িক পুৰষ্কাৰ" ঘোষণা কৰে ৷ এই পুৰষ্কাৰৰ ভিতৰত আছিল…

ক) বয়স্ক মতাধিকাৰঃ

খ) বিধান মণ্ডল আৰু সংঘীয় চৰকাৰত জনসংখ্যাৰ অনুপাতত শূদ্ৰ আৰু অপৃশ্য সকলক সংৰক্ষণৰ অধিকাৰ ৷

গ) শিখ, খৃষ্টান, মুছলমানৰ দৰে অপৃশ্য(অনুসূচিত জাতি-জনজাতি) সকলক নিজা স্বতন্ত্ৰ নিৰ্বাচন ক্ষেত্ৰৰ অধিকাৰ প্ৰদান ৷ অৰ্থাৎ আজিৰ ভাৰত চৰকাৰৰ জনজাতি অঞ্চলত অনুসূচিত জনজাতিৰ স্বয়াত্ব পৰিষদ ৷ এনে পৰিষদত অপৃশ্যেই নিজৰ প্ৰতিনিধি নিজেই নিৰ্বাচন কৰা অধিকাৰ লাভ কৰে ৷

ঘ) প্ৰজাই নিজৰ প্ৰতিনিধিক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত দ্বৈত্য ভোটৰ অধিকাৰ লাভ কৰে ৷ প্ৰথমবাৰ কেৱল নিজৰ সমাজ-কুলৰ প্ৰতিনিধিক ভোদ প্ৰদান কৰিব পৰা আৰু দ্বিতীয়বাৰ অন্য সাধাৰণ প্ৰতিনিধিক ভোট প্ৰদান কৰা ৷

৩৩/ ড° বাবা চাহেব আম্বেদকাৰে ১৯২৮ চনৰ ১৯ মাৰ্চত মুম্বাই বিধান পৰিষদত ব্ৰাহ্মণৰ "বেগাৰী প্ৰথা"ৰ বিৰুদ্ধে মাত মাতে ৷ যাৰ ফলত ইংৰাজে ব্ৰাহ্মণৰ উক্ত প্ৰথা সম্পূৰ্ণ বন্ধ কৰি দিয়ে ৷

৩৪/ ইংৰাজে ১৯৪২ চনৰ ১ জুলাইৰ পৰা ১৯৪৬ চনৰ ১০ চেপ্তেম্বৰ লৈকে ড° বাবা চাহেব আম্বেদকাৰ দেৱক ভাইচৰয়ৰ কাৰ্যনিৰ্বাহক কাউঞ্চিলত শ্ৰমিক সদস্য পদ দিয়ে ৷ আম্বেদকাৰ দেৱে দেশৰ শ্ৰেমিকক ৮.৩ শতাংশ প্ৰতিনিধিত্ব প্ৰদান কৰে ৷

৩৫/ ইংৰাজে ১৯৩৭ চনত বৃটিছ ভাৰতত প্ৰভিঞ্চিয়েল গভৰ্মেন্টৰ নিৰ্বাচন অনুষ্ঠিত কৰোৱায় ৷

৩৬/ ১৯৪২ চনত বাবা চাহেব আম্বেদকাৰ দেৱে অপৃশ্য জাতিক ৫০ হাজাৰ হেক্টৰ ভুমি বিলাই দিবলৈ ইংৰাজৰ ওচৰত দাবী জনায় ৷ ইংৰাজে আম্বেদকাৰৰ দাবীক সন্মতি জনাই অপৃশ্যক ভুমিৰ অধিকাৰ প্ৰদান কৰে ৷

এই আটাইবোৰ কাৰণতেই আৰ্য ব্ৰাহ্মণে ইংৰাজৰ বিৰুদ্ধে ভুৱা ভাৰত স্বতন্ত্ৰ আন্দোলন চলায় ৷ এই ভুৱা স্বতন্ত্ৰ আন্দোলনত ব্ৰাহ্মণে সদায়ে সন্মুখৰ পৰা আঁতৰি এক নিদিষ্ট সুৰক্ষিত স্থানত অৱস্থান কৰি আহিছিল ৷

ভাৰতত ইংৰাজ আহিয়ে ব্ৰাহ্মণৰ এটাৰ পাছত এটা অধিকাৰ কাঢ়ি লয় ৷ ইংৰাজে ভাৰতবৰ্ষত শূদ্ৰ আৰু মহিলাক সমান অধিকাৰ দিয়াৰ লগতে সকলো জাতিক সমান অধিকাৰ প্ৰদান কৰি সমানতা আনে ৷ যাৰ ফলত ব্ৰাহ্মণৰ শোষণৰ বজাৰ চিৰদিনলৈ লুপ্ত হ'য় ৷ সেয়ে ব্ৰাহ্মণে চতুৰতাৰে ভাৰতৰ মাটিৰ পৰা ইংৰাজক খেদাবলৈ ভুৱা ভাৰত স্বাধীনতা আন্দোলন গঢ়ি তোলে ৷