ব্ৰাহ্মণঃ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি চৰম ভাবুকি ৩



জীৱ নতুবা জড়ৰ ভিতৰত অ-প্ৰকৃতিস্থ হৈ জন্ম হ'লে তেনে জন্মোতাক সমাজৰ অমংগলৰ চিহ্ন বুলি বিবেচনা কৰা হ'য় ৷ ঠিক তেনে অ-প্ৰকৃতিস্থ জন্মোতাৰ ভিতৰত ব্ৰাহ্মণসকলো পৰে ৷ ব্ৰাহ্মণ হ'ল ব্ৰহ্মাৰ মুখৰ পৰা জন্ম হোৱা ৷ সেই ফালৰ পৰা ব্ৰাহ্মণ অ-প্ৰকৃতিস্থৰে জন্ম হোৱা বাবে সমাজৰ অমংগল ! 

পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰতেই অ-প্ৰকৃতিস্থ জন্ম হোৱা পৰিঘটনা ঘটা নাই ৷ অথচ ব্ৰাহ্মণে তেনে পৰিস্থিতিতন্ত্ৰৰ বিপৰীতে গৈ ব্ৰহ্মাৰ মুখৰ ফালে জন্ম গ্ৰহণ কৰিছিল ৷ প্ৰশ্ন হ'য়, ব্ৰহ্মাই নিজৰ কন্যা স্বৰসতীক কিয় বিয়া কৰাইছিল, যদি তেওঁ মুখৰেই সন্তান জন্ম দিব পৰা ক্ষমতা থকোতে ?

শাস্ত্ৰৰ বিধান মতে বৰ্ণৰ ভিতৰত শ্ৰেষ্ঠ ব্ৰাহ্মণ ৷ তাকো সৰ্বকালৰ শ্ৰেষ্ঠৰ খিতাপ লৈছে নিজ কন্যাক বিয়া কৰোৱা পুৰুষৰ মুখৰ পৰা জন্মা ব্ৰাহ্মণেই ৷ তদুপৰি শাস্ত্ৰৰ মতে বৰ্ণ চাৰি ৷ চাৰি বৰ্ণৰ ভিতৰত শ্ৰেষ্ঠ অ-প্ৰকৃতিস্থ জন্মা ব্ৰাহ্মণ ৷ শাস্ত্ৰই চাৰি বৰ্ণক কতো কোনো সংস্কৃতিক পৰিমণ্ডলত বন্ধা নাই, নাই কোনো সনাতন ধৰ্মৰ গণ্ডিত ৷ তেনে ক্ষেত্ৰত "হিন্দু" আহিল ক'ৰ পৰা?

কৰ্ম সূত্ৰেতহে কোনোৱে ব্ৰাহ্মণ হ'য় ! এয়া ব্ৰাহ্মণ বচন ৷ সেই হিচাপত পৰম পৰমেশ্বৰ বুলি জ্ঞান কৰা ব্ৰহ্মাও(ব্ৰাহ্মণৰ পিতৃ) ব্ৰাহ্মণ নহ'য় আৰু তেওঁৰ পুত্ৰগণও ব্ৰাহ্মণ হ'ব নোৱাৰে ৷ কৰ্মত ব্ৰহ্মাই নিচ কৃত কৰি থৈছে ৷ যি ঈশ্বৰৰ চৰিত্ৰ নিচ কৃতৰে মনুষ্য চৰিত্ৰতকৈ নিম্ন স্থানত অৱনমিত তেওঁ কেনেকৈ ব্ৰাহ্মণ?

এজনে মন্দিৰত গা নোধোৱাকৈ প্ৰৱেশ কৰিব পাৰে আন এজনে গা ধুই পৰিস্কাৰ পৰিছিন্ন হৈ ও মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে; এটা শ্ৰেণীৰ ভৰি পূজনীয় আৰু এটা শ্ৰেণীৰ ভৰিক প্ৰহাৰ কৰি নষ্ট কৰা আদেশ গ্ৰন্থই দিছে; এটা ব্যৱস্থাত এটা শ্ৰেণী উচ্চ আৰু আনটো ব্যৱস্থাত অন্য এটা শ্ৰেণী নিম্ন; এটা শ্ৰেণীয়ে ধাৰাবাহিক ভাৱে দেশৰ সাংবিধানিক পদত অধিস্থিত আন এটা শ্ৰেণীয়ে নিজৰ সাংবিধানিক অধিকাৰৰ বাবে আন্দোলন কৰিব লগা হৈছে; দুটা ব্যৱস্থাৰ প্ৰভেদৰে ই কেনে "হিন্দু" ধৰ্ম? কেনে হিন্দু সংস্কৃতি? "হিন্দু" ধৰ্মই একতা আনে কোৱা সকলে সকলো হিন্দুৰে অধিকাৰ সম-বিতৰণত কিয় নিমাত? একেই হিন্দুক সম-অধিকাৰ দিবলৈ অপৰাগতা কিয় ? ইয়াৰ পৰা এইটোয়েই বুজা যায় যে আৰ্য ব্ৰাহ্মণে নিজৰ শাসন ক্ষমতাৰ লালসাত "হিন্দু" নামৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে, যি ষড়যন্ত্ৰৰে সকলেকে শাসন কৰা একচেতিয়া ক্ষমতা লাভ যাতে আৰ্য ব্ৰাহ্মণৰ হ'য় ৷

সংহতি, অখণ্ডতা আৰু ঐক্যত ব্ৰাহ্মণৰ উচ্চ-নীচ ভেদভাৱৰ ধাৰাবাহিকতা জীৱন্ত কৰি ৰখা শেহতীয়া তিনিটা উদাহৰণ দিয়া হওঁক ৷ ইয়াৰে এটা সাংবিধানিক উচ্চ পদাধিকাৰত অধিস্থিত বিশেষাধিকাৰীক দলিত বুলি পুৰীৰ জগন্নাথ মন্দিতৰ প্ৰৱেশত বাধা প্ৰদান ব্ৰাহ্মণৰ দ্বাৰা ৷ দলিত হোৱাৰ বাবে মন্দিৰৰ চৌহদত ব্ৰাহ্মণ পূঁজাৰীৰ পৰা ৰাষ্ট্ৰপতিয়ে অপমানিত হোৱা বিষয়ৰ ক্ষেত্ৰত দেশৰ উচ্চ ন্যায়ালয়ে কাকতালিয় মৌনতা অৱলম্বন কৰা দেখা গ'ল যিটো দেশৰ বাবে অতি লজ্জিত আৰু ভয়ংকৰ ভৱিষ্যতৰ আগজাননী ৷

দ্বিতীয়টো ৰাজনৈতিক ৷ উত্তৰ প্ৰদেশৰ বিজেপিৰ প্ৰাৰ্থী যোগী আদিত্য নাথ মুখ্যমন্ত্ৰি নিৰ্বাচিত হোৱাৰ পাছত নাথে থাকিবলৈ মুখ্যমন্ত্ৰি আৱাসটো গাখীৰৰে ধুই সূচি কৰি লোৱা হৈছিল ৷ কাৰণ যোগীৰ পূৰ্বে মুখ্যমন্ত্ৰি হিচাপে শুদ্ৰ অখিলেশ যাদৱ মুখ্যমন্ত্ৰি হৈ উক্ত মুখ্যমন্ত্ৰি আৱাসত আছিল ৷ শুদ্ৰই থকা আৱাসটো ব্ৰাহ্মণে গাখীৰৰে ধূই সূচি কৰি লৈছিল ৷

তৃতীয়টো সামাজিক ক্ষেত্ৰত ৷ অসমৰ দৰং আৰু ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সমাজে তেওঁলোকৰ যুৱক-যুৱতীয়ে কোনো অ-সবৰ্ণ অৰ্থৎ অ-ব্ৰাহ্মণৰ লগত সামাজিক সম্বন্ধ তথা বিবাহ কৰিব নোৱাৰাৰ ফটোৱা জাৰি কৰে ৷ বিষয়টো এতিয়াও আদালতৰ বিচাৰধিন ৷

দেশৰ তিনি ক্ষেত্ৰত সংঘটিত ব্ৰাহ্মণৰ সাম্প্ৰদায়িক বিচাৰ ধাৰাই সমগ্ৰ দেশক লজ্জানত কৰাৰ লগতে দেশৰ ভৱিষ্যত ভয়ংকৰ দিশে গতি লোৱাৰ ইংগিত বহন কৰিছে ৷ দেশৰ সাৰ্বভৌম, সংহতি, ঐক্য, শান্তি বিনষ্ট কৰিব পৰা ব্ৰাহ্মণৰ বিচাৰে ইতিমধ্যে সংবিধানকো সংস্কৃতিৰ নামত অলাগতিয়াল ঘোষণা কৰিছে ৷ ব্ৰাহ্মণৰ নিয়ন্ত্ৰণত থকা বিজেপি আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰীয় স্বয়ং সংঘ পৰিবাৰে মুকলিকৈয়ে সংবিধান ক ব্যাপক হাৰত সংশোধনৰ ধমকি দিছে ৷ এই লৈ লক্ষ্য কৰিলে দেখা যায় যে অদূৰ ভৱিষ্যতে ব্ৰাহ্মণে চল-চতুৰীৰে ভাৰতৰ সৰ্বনাশ অৱশ্যেই কৰি পুনৰ ভাৰতত গোলাম তন্ত্ৰ প্ৰতিষ্ঠা কৰিব ৷ ইয়াত কোনো সন্দেহ নাই…

ইউৰেচিয়াৰ পৰা আগমন ঘটা আৰ্য ব্ৰাহ্মণে ভাৰতবৰ্ষৰ ভুমিপুত্ৰ জনজাতিৰ জল-জমিন কাঢ়ি ভুমিপুত্ৰ জনজাতিক আজিও "জংঘলী" আখ্যা দিয়ে ৷ প্ৰাচীন কালতে আৰ্য ব্ৰাহ্মণে ভুমি আৰু সম্পদৰ কাৰণে ভাৰতবৰ্ষৰ ভুমিপুত্ৰ জনজাতিক অসুৰ, ৰাক্ষক, দানৱ ইত্যাদিৰ নামত মুকলি নৰসংহাৰ কৰিল ৷ আনকি পাষণ্ড ব্ৰাহ্মণ দ্ৰোৰ্ণাচাৰ্য্যই ভুমিপুত্ৰ মহান ধনুৰ্ধৰ একলব্যক শিক্ষা নিদিয়াকৈয়ে দক্ষিণাৰ নামত আঙুলি কাটি পংগু কৰিছিল ৷

আৰ্য ব্ৰাহ্মণৰ লোভ আৰু লালসা আজিও মাৰ যোৱা নাই ৷ বৰঞ্চ আজিৰ আধুনিক ভাৰতত বাচি থকা ভুমিপুত্ৰ জনজাতিৰ জল-জমিন, আৰু ভু-গৰ্ভ প্ৰাকৃতিক সম্পদ সমূহ বিকাশৰ নামত চলে-বলে-কৌশলে তথা সাম্প্ৰদায়িক বিভেদনীতিৰে লুণ্ঠন, বে-দখল কৰিবলৈ ধৰিছে ৷ বুজিবলৈ বাকী নাই যে, দেশ স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ভাৰতত অসংখ্য বিকাশৰ পাছত বিকাশ যোজনাৰে জনতাৰ মৌলিক সমস্যা কিয় সমাধান হোৱা নাই ৷

ভাৰতত বৃটিছৰ উপনিৱেশ ৰাজশাসন কালচোৱাত কেৱল বৃটিছকে এক মাত্ৰ উপনিৱেশ শোষণকাৰী বুলি বিবেচনা কৰিলে ভুল হ'ব ৷ উপনিৱেশকাৰী বৃটিছে দুশ বছৰ ৰাজত্ব কৰোতে মুলনিবাসী ভাৰতীয়ক শিক্ষাৰ সুবিধাকনো আগবঢ়াইছিল ৷ কিন্তু বৃটিছৰ শিক্ষাক সাম্প্ৰদায়িক আৰ্য ব্ৰাহ্মণে উচ্চ জাতৰ আচিলাৰে গ্ৰহণ কৰি বৃটিছ প্ৰশাসনত চামিল হৈ ভাৰতবাসীক বৃটিছৰ সমানে শোষণ আৰু লুণ্ঠন কৰিছিল ৷ গতিকে ইউৰোপৰ ইংৰাজ আৰু ইউৰেছিয়াৰ ব্ৰাহ্মণ দুয়ো আৰ্যই মিলি উপনিৱেশ শোষণৰে ভাৰতবৰ্ষক এক প্ৰকাৰ কংকাল কৰিছিল ৷ ভাৰতৰ পৰা বৃটিছ উপনিৱেশকাৰী আঁতৰ হ'ল যদিও মুলনিবাসী ভাৰতীয়ৰ ছপ্নপেশেৰে থাকি গ'ল আৰ্য ব্ৰাহ্মণ উপনিৱেশকাৰী ৷

বৃটিছৰ প্ৰশাসনত চামিল হোৱাৰ সুবাদত আৰ্য ব্ৰাহ্মণে একচেতিয়া শিক্ষাৰ সুবিধা গ্ৰহণ কৰি লৈছিল ৷ তদুপৰি ব্ৰাহ্মণৰ জাতপাতৰ ভেদাভেদ নীতিয়ে বৃটিছক অনুন্নত মুলনিৱাসী জনগণক শাসন কৰাৰ সুবিধা কৰি তুলাৰ বিপৰীতে ব্ৰাহ্মণে বৃটিছৰ আধুনিক শিক্ষাৰে শিক্ষিত হৈ ভাৰতত বৃটিছৰ উত্তৰাধিকাৰী উপনিৱেশ শাসনকাৰী হোৱাৰ সপোন বাস্তৱায়িত কৰিছিল ৷ ফলস্বৰূপে আজিৰ ভাৰতত কেৱল তিনিৰ পৰা পাঁচ শতাংশ আৰ্য ব্ৰাহ্মণে ৯৫ শতাংশ মুলনিৱাসী ভাৰতীয়ৰ ওপৰত দ্বিতীয় বৃটিছ উপনিৱেশকাৰী শাসক আৰু শোষকৰ ৰূপত ভাৰতক নিজ ইচ্ছাৰে নিয়ন্ত্ৰণ কৰি আছে ৷

দেশৰ কৃষি, শিক্ষা, স্বাস্থ্য, ৰাজনীতি আৰু বাণিজ্য নিয়ন্ত্ৰণ কৰা লোক সকলক লক্ষ্য কৰিলেই দেখা পোৱা যায় প্ৰকৃততে কোন শ্ৰেণীয়ে একচেতিয়া প্ৰভুত্বৰে ভাৰতৰ বৰ্বাদি কৰি নিজৰ প্ৰতিপত্তি বঢ়াই ধৰ্মীয় ধ্যান-ধাৰণাৰে পুনঃ ভাৰতত গোলামীৰাজ প্ৰৱৰ্তন কৰিব বিচাৰিছে ৷ শিক্ষাৰ নামত কোনে কি পঢ়িব; স্বাস্থ্যৰ ক্ষেত্ৰত কোনে কি ঔষধ সেৱন কৰিব; কৃষিৰ ফচলৰ মূল্য কোনে নিৰ্ধাৰণ কৰিব; দেশ বিকাশৰ ৰাজনৈতিক সিদ্ধান্ত কেনে হ'ব; দেশে কোন বহিঃবিশ্বৰ লগত বাণিজ্যক সম্বন্ধ গঢ়িব ইত্যাদি ইত্যাদি শেষ নিৰ্ণয় আজিও বৃটিছ উত্তৰাধিকাৰী উপনিৱেশকাৰী ব্ৰাহ্মণে গ্ৰহণ কৰি আহিছে ৷ হ'য়তু আৰ্য ব্ৰাহ্মণ উপনিৱেশ শোষণকাৰীৰ পৰিৱৰ্তে উক্ত নীতি-নিৰ্দ্ধাৰণৰ সিদ্ধান্তবোৰ ভাৰতবৰ্ষৰ মুলনিৱাসীয়ে লবলৈ পালে আজিৰ অৰাজক, বিশৃংখল, সাম্প্ৰদায়িক ভাৰতৰ বাস্তৱিক ছৱিখনেই সলনি হ'ল হ'য় ৷ কিন্তু হোৱা নাই…

আজিৰ অৰাজক আৰু সাম্প্ৰদায়িক ভাৰত নিৰ্মাণ ব্ৰাহ্মণেই কৰা নাই জানো? ভাৰতবৰ্ষৰ ভুমিপুত্ৰ জনজাতিৰ ভুমি দেশ বিকাশৰ নামত ব্ৰাহ্মণ শাসন তন্ত্ৰই দখল কৰি তথা কাঢ়ি জনজাতিক পুনঃ বনবাসী কৰা সকল ব্ৰাহ্মণেই নহ'য় জানো?

ধৰ্মৰ নামত সাম্প্ৰদায়িক দংগাৰে দেশত একে নাগৰিকৰ মাজত শত্ৰুতাৰ বীজ ৰুপন কৰি ভাৰতীয় জাতীয় একতা, সংহতি বিনষ্ট কৰা আঁৰত কোনো জনজাতি, আদিবাসী নতুবা অবিচি শ্ৰেণীৰ লোক নাই ৷ আছে নিজকে উচ্চ জাতৰ চিনাকী দিয়া কোনোবা স্বামী, পাণ্ডে, পাঠক, শৰ্মা ইত্যাদি ৷ দেশত সঘনাই হোৱা নাৰী ধৰ্ষণ, গো-হত্যা, ডকাইট ইত্যাদিৰো জনক কেৱল ব্ৰাহ্মণ ৷ ৰাম ৰাজ্যৰ সপোন দেখুৱাই অগণন ভাৰতীয় নাগৰিকক নিজৰ ভু-খণ্ডৰ ভিতৰতে ধৰ্মৰ দোহাই দি সংঘৰ্ষত লিপ্ত কৰোৱা আৰু সংঘৰ্ষৰ ফলত বিভাজিত হোৱা সমাজৰ পৰা অহা ৰাজনৈতিক মুনাফাৰে ৰাজ শাসন হস্তগত কৰি ভাৰত আৰু ইয়াৰ মুলনিবাসীৰ ভাগ্য নিয়ন্ত্ৰা ব্ৰাহ্মণৰ বাহিৰে আন কেনো হোৱা নজিৰ নাই৷

ভাৰতীয় সংবিধানৰ জনক বাবা চাহেব আম্বেদকাৰে সংবিধানত স্পষ্টকৈ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰে ভাৰতবৰ্ষৰ অনুসূচীত জাতি আৰু জনজাতিক নিজৰ স্ব-শাসনৰে অৰ্থাৎ ৰাষ্ট্ৰৰ ভৌগলিক পৰিমণ্ডলত নিজ স্বত্ৰন্ত্ৰতাৰে পৃথকৈ থকাৰ বিশেষ অধিকাৰ প্ৰদান কৰি গৈছে ৷ কিন্তু বৃটিছৰ পাছতে আৰ্য ব্ৰাহ্মণে দেশত উপনিৱেশ শাসনৰ ভাৰ হাতৰ মুঠিত লোৱাত বাবা চাহেব আম্বেদকাৰে দি যোৱা ভাৰতীয় ভুমিপুত্ৰ জনজাতিৰ অধিকাৰক কুষিগত কৰি তাক কাৰ্যকৰী হ'বলৈ দিয়া নাই ৷ ব্ৰাহ্মণ কোম্পানী কংগ্ৰেছে দেশ ৫৭ বছৰ ইচ্ছানুসাৰে শাসন কৰিলে; বিজেপিৰ ১৪ বছৰ আৰম্ভনী ৷ কিন্তু ভাৰতীয় ভুমিপুত্ৰ জনজাতিৰ মৌলিক সমস্যা আজিলৈকে সমাধান হোৱাৰ উদাহৰণ ? নে জনজাতিয়ে নিজৰ অধিকাৰ বিচাৰি ৰাজপথত দীঘলীয়া শাৰী পতা বাঢ়ি গ'ল? ভাৰতীয় জনজাতিৰ সৰ্বনাশৰ বাবে দায়ী কোন? 

সোত শতিকাৰ পৰা আজি পৰ্যন্ত ভাৰতীয় ভুমিপুত্ৰ জনজাতিয়ে নিজৰ অধিকাৰ আৰু অস্তিত্ব আৰু ভুমিৰ বাবে হাজাৰ যুঁজ-বাগৰ কৰি আহিছে আৰু কৰি থাকিব লগা হৈছে ৷ কিন্তু আজিলৈকে সফল হ'ব পৰা নাই কিয়? এই ক্ষেত্ৰত বহুতো কাৰক আছে যিয়ে ভুমিপুত্ৰ জনজাতিক সফল হোৱাত বাধা দিছে ৷ ইয়াৰ মুখ্য কাৰণ হ'ল ভাৰতীয় ভুমিপুত্ৰ জনজাতিৰ মাজত থকা পৃথকতা ৷ অৰ্থাৎ একতাহীনে ভাৰতীয় ভুমিপুত্ৰ জনজাতিক বহুতো সফলতাৰ পৰা আঁতৰাই ৰাখিছে ৷ যিটো কাৰণে ব্ৰাহ্মণে জাতি ব্যৱস্থা নিৰ্মাণ কৰিবলৈ সুবিধা পালে ৷ আৰু ব্ৰাহ্মণে নিজৰ স্বাৰ্থ পূৰণাৰ্থে আজিও ভাৰতবৰ্ষত এটা জাতিৰ লগত অন্য জাতিৰে সংঘৰ্ষত লিপ্ত কৰাইছে; এটা ধৰ্মক লৈ অন্য ধৰ্মৰ মানুহৰ সৈতে যুঁজ-বাগৰ লগাই স্বাৰ্থ পূৰণ কৰি আহিছে ৷

ব্ৰাহ্মণৰ চাম-দাম-দণ্ড-ভেদ নীতিক সকলো ভাৰতীয় ভুমিপুত্ৰ জনজাতিয়ে উফৰাই এক হ'ব নোৱাৰিলে নিজৰ নিজৰ সাংবিধানিক অধিকাৰৰ যুঁজত কেতিয়াও সফল হোৱা আশা নাই ৷ ভাৰতীয় ভুমিপুত্ৰ জনজাতিয়ে শান্তিপূৰ্ণ একক শক্তিৰে নিজৰ সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ যুঁজ অৱ্যাহত ৰাখিবলৈ একেলগে আগবাঢ়ি আহে তেন্তে নিজৰ অধিকাৰ, ভুমি আৰু অস্তিত্ব সুৰক্ষিত হ'ব ৷ অন্যাথা ভুমিপুত্ৰ জনজাতিৰ ভৱিষ্যত প্ৰজন্মই এই দেশত ভিক্ষাৰ কাৰণেও যোগ্য নহ'ব ৷