৯০ শতাংশ সাৰ্বজনীক ক্ষেত্ৰত ৩ শতাংশ ব্ৰাহ্মণৰ কব্জাঃ




ভাৰতবৰ্ষত ৩ শতাংশ ব্ৰাহ্মণঃ
লোকসভা         = 48%
ৰাজ্যসভা          = 36%
ৰাজ্যপাল          = 50%
কেবিনেট সচিব  = 53%
মন্ত্ৰীৰ সচিব        = 64%
অতিৰিক্ত সচিব  = 62%
ব্যক্তিগত সচিব   = 70%
বিশ্ববিদ্যালয়ৰ
ভাইচ্ চেঞ্চেলৰ   = 61%
চুপ্ৰিম কৰ্টৰ জজ = 85%
হাই কৰ্টৰ জজ    = 70%
ৰাজদূত              = 51%

সাৰ্বজনীক ক্ষেত্ৰত ব্ৰাহ্মণঃ

কেন্দ্ৰীয়              = 67%
ৰাজ্য                  = 82%
বেংক                  = 67%
এয়াৰলাইঞ্চ        = 61%
আইএএছ(IAS)   = 72%
আইপিএছ(IPS)  = 61%
টিভি/বলিউড      = 83%
CBI Custom      = 72%


যদি "সংৰক্ষণ" ভুল হ'য় আৰু স্বৰ্ণৰ দ্বাৰা সংৰক্ষণ বিৰুধ কৰা হ'য় তেন্তে কেৱল ৩ শতাংশ ব্ৰাহ্মণে ভাৰতবৰ্ষৰ শাসনৰ পৰা সাৰ্বজনীক ক্ষেত্ৰলৈকে ৯০ শতাংশ দখল কৰি ৰখাটোও এটা সংৰক্ষণেই হ'য় ৷ সংৰক্ষণ বিৰুধ কৰাসকলে এই সংখ্যাটোও লক্ষ্য কৰা উচিত ৷

দেশত এতিয়ালৈকে ST, SC, OBC য়ে কেৱল নিজৰ জনসংখ্যাৰ অনুপাতৰ আধাৰত "সংৰক্ষণ" লাভ কৰিছে, যাৰ ফলত ST, SC য়ে ২২•৫ শতাংশ চাকৰী আৰু ৰাজনীতিত স্থান পাবলৈ সক্ষম হৈছে ৷ ইফালে দেশত OBC শ্ৰেণীৰ জনসংখ্যাৰ থকাৰ বিপৰীতে তেওঁলোকৰ সংৰক্ষণ কেৱল ২৭ শতাংশ ৷ এতিয়া লক্ষ্য কৰক, কোন শ্ৰেণীৰ মানুহে ভাৰতৰ প্ৰকৃত আধিবাসীক সকলোপিনৰ পৰা শাসনৰে শোষণ চলাই আছে ৷ আপুনি নে ৩ শতাংশ থাকি ৯০ শতাংশ স্থান দখল কৰি থকা সকল ?