ব্ৰাহ্মণঃ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি !


                                        (দুই)

ব্ৰাহ্মণ সকলে পূজাৰী হৈ দেৱ-দেৱীৰ শিলৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰে ৷ সেই শিলৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ ব্ৰাহ্মণে মন্ত্ৰৰ সহায় লয় ৷ অৰ্থাৎ শিলৰ মূৰ্তিত প্ৰাণ দিয়া আৰু সেই শিলৰ মূৰ্তিৰ পৰা প্ৰাণ উলিয়াই লোৱা সকলো কেৱল ব্ৰাহ্মণৰ হাতত থাকে, অন্যাৰ হাতত নাই ৷ ব্ৰাহ্মণ আৰু মন্ত্ৰ অৱিহনে শিলৰ মূৰ্তি ঈশ্বৰ নহ'য়গৈ ৷ এই কথাই স্পষ্ট প্ৰমাণ কৰে যে ঈশ্বৰ মন্ত্ৰৰ অধীন আৰু মন্ত্ৰ ব্ৰাহ্মণৰ অধীন ৷ ব্ৰাহ্মণ নাথাকিলে মৃন্ময় মূৰ্তিত ঈশ্বৰো নাই ৷

পূঁজিবাদ আৰু ঔপনিৱেশবাদ ক্ষেত্ৰতো একেটাই কথা ৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভত আজি পূঁজিবাদ আৰু ঔপনিৱেশবাদীৰ হাতত নিয়ন্ত্ৰিত ৷ পূঁজিবাদ আৰু ঔপনিৱেশ শাসন কোনে চলাই আছে ? ব্ৰাহ্মণে নহ'য় জানো ? সমগ্ৰ দেশত পাঁচ শতাংশ জনসংখ্যা ভিতৰত থকা ব্ৰাহ্মণে মন্দিৰে মন্দিৰে মন্ত্ৰৰ দ্বাৰা মৃন্ময় মূৰ্তিত প্ৰাণও দিয়ে দক্ষিণাও ল'য় ৷ ঈশ্বৰ সেৱা আৰু মানুহৰ মংগলৰ বাবে কেনেকৈ ব্ৰাহ্মণে দক্ষিণা গ্ৰাহণ কৰে ?

ব্ৰাহ্মণৰ পূঁজা-মন্ত্ৰৰ দ্বাৰাই যদি ঈশ্বৰ প্ৰকট আৰু মৃন্ময় মূৰ্তিয়ে প্ৰাণ পায় তেন্তে দেশত লাখৰ ঘৰত থকা চিকিৎসালয়, বিজ্ঞানগাৰ সমূহ কিহৰ প্ৰয়োজন আছে ? দুৰাৰোগ্য বেমাৰসমূহ উন্নত চিকিৎসাৰ সলনি ব্ৰাহ্মণৰ মন্ত্ৰৰ দ্বাৰা ঠিক নহ'য় কিয় ? মন্ত্ৰৰ বলত মৃত মানুহ জীৱিত হোৱা উদাহৰণ ক'ত ? 

ব্ৰাহ্মণ বনীয়া দেশত মাত্ৰ পাঁচ শতাংশৰ ভিতৰত ৷ কিন্তু তেওলোকৰ ৰাষ্ট্ৰীয় ৰাজনৈতিকৰ দল পাঁচটা ৷ পাঁচ শতাংশৰ ওচৰত কেনেকৈ পাঁচটা ৰাষ্ট্ৰীয় ৰজনৈতিক দল থকাটো সম্ভৱ ! আঁচৰিত নহ'য়নে? 

বৃটিছ যোৱাৰ পাছত দেশত এতিয়ালৈকে দুটা ৰাজনৈতিক দলেই দেশ শাসন কৰি আহিছে ৷ কেতিয়াবা কংগ্ৰেছ, আন কেতিয়াবা বিজেপি ৷ অৰ্থৎ এটা দলে নিৰ্বাচনত পৰাজয় কৰিলে আন এটাই বিজয়ী হেৱাটো নিশ্চিত ৷ যদি কিবা কাৰণত অন্য ৰাজনৈতিক দলৰ লগত মিত্ৰযোঁট চৰকাৰ স্থাপন কৰিব লগা হ'য় তেন্তে মুল শাসন বিজেপি বা কংগ্ৰেছৰ হাততেই কেন্দ্ৰিত থাকিব ৷

ব্ৰাহ্মণ এই দেশৰ নহ'য় ৷ অৰ্থাৎ ব্ৰাহ্মণ বংশানুক্ৰমৰ মতেও ভাৰতীয় নহ'য় ৷ প্ৰকৃত ভাৰতীয়সকল হ'ল পাঁচ শতাংশ ব্ৰাহ্মণৰ বিপৰীতে থকা লোকসকল ৷ যি সকলক বিভিন্ন জাতি আৰু ধৰ্মৰ নামত নামাংকণৰে ভাগ ভাগ কৰি ব্ৰাহ্মণে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি আহিছে ৷ প্ৰয়োজনত কূটনীতি, ভেদনীতিৰ জৰিয়তে প্ৰকৃত ভাৰতীয়সকলৰ মাজত বিভেদৰ বীজ সিচি আহিছে ৷ সেয়ে দেশৰ ৰাজনীতিটো এক বেলেগ বৈচিত্ৰতা পোৱা যায় ৷ বিভিন্ন সৰু সৰু ভাগত বিভক্ত মূলনিবাসী ভাৰতীয়ই হ'য় নিজৰ সামৰ্থ অনুযায়ী ৰাজনৈতিক দল নিৰ্মাণ কৰিছে, নহ'য় ব্ৰাহ্মণে নিয়ন্ত্ৰণ কৰা ৰাজনৈতিক দলত ধৰ্মৰ আধাৰত, তথাকথিত চেকুলাৰৰ নামত জৰিত হৈ আছে ৷

সৰু সৰু ভাগত বিভক্ত প্ৰকৃত ভাৰতীয় সকলৰ জনসমখ্যা প্ৰায় ৯৭ শতাংশ ৷ তেন্তে তিনি শতাংশ বিদেশী ব্ৰাহ্মণ বণিয়াক কোনে ৰাজনৈতিক শক্তি যোগান ধৰি আছে যাৰ দ্বাৰা দেশত ধৰ্মৰ স্বাৰ্থত সংবিধান বিলুপ্ত কৰাৰ হুংকাৰ আহি পৰিছে ৷

ৰাষ্ট্ৰীয় দল বিজেপি শাসনলৈ আহিলে চৰকাৰ চলাবলৈ গঠিত মন্ত্ৰিমণ্ডলত ৬০ শতাংশ মন্ত্ৰিপদ কেৱল ব্ৰাহ্মণ বণিয়া হাতত থাকে ৷ একেই চৰিত্ৰ কংগ্ৰেছৰো ৷ দলত ৬৫ শতাংশ মন্ত্ৰিপদ ব্ৰাহ্মণ বণিয়াৰ ৷ কোনো পাৰ্থক্য নাই ৷ দল দুটাৰ মাজত কেৱল "ধৰ্ম" আৰু "চেকুলাৰ" শব্দ দুটাৰে কৰা ৰাজনীতিৰ ক্ষেত্ৰত কিছু পাথক্য পোৱা যায়  ৷ ক্ষমতা কেৱল ব্ৰাহ্মণ বণিয়াৰ হাতৰ নিয়ন্ত্ৰণত থাকে বাবে দুয়োটা দলেই পূঁজিবাদ আৰু ঔপনিৱেশবাদৰে জনতাৰ ওপৰত শোষণ আৰু জুলুম শাসন কৰে ৷ কাৰণ দেশৰ ৯৭ শতাংশ প্ৰকৃত মুলনিবাসী ভাৰতীয় ব্ৰাহ্মণ নহ'য় ৷ ব্ৰাহ্মণৰ নিজৰ বুলিবলৈ থকাসকল চৰকাৰ-প্ৰশাসন আৰু বেচৰকাৰী বিভিন্ন বিভাগৰ উচ্চ পদবীত অধিস্থিত ৷

দেশৰ অন্যান্য সৰু সৰু ৰাষ্ট্ৰীয় দলত ব্ৰাহ্মণৰ মন্ত্ৰিপদ শূন্যপ্ৰায় ৷ তৃণমূল, ডিএমকে আৰু মুছলমানৰ নেতৃত্বত থকা ৰাজনৈতিক দলত কোনো ব্ৰাহ্মণই মন্ত্ৰি হোৱাৰ সুযোগ নাথাকে ৷

প্ৰশ্ন হ'য়, দেশত ৩ ৰ পৰা ৫ শতাংশ থকা ব্ৰাহ্মণ সকলে কেনেকৈ ৪৫ শতাংশতকৈ বেছি হ'ল? অৰ্থাৎ ৰাজনৈতিক শাসন প্ৰতিস্থা কৰিবলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ৰহস্য কি? কংগ্ৰেছ-বিজেপিত ৬০-৬৫ শতাংশ মন্ত্ৰিপদ কেৱল ব্ৰাহ্মণৰ বাবে কি কাৰণত ? কেনেকৈ এই ৰাজনৈতিক দল দুটা লোকতান্ত্ৰিক হ'ল ? কথাটো মন কৰিব, যদি বিজেপি আৰু কংগ্ৰেছৰ মাজত দেশৰ মুঠ ৫ শতাংশ ব্ৰাহ্মণ দুটা ভাগত ভগাই দিলে এটা দলত ২'৫ শতাংশকৈ পৰিব ৷ তেনেহ'লে দুয়োটা দলতে ৬০-৬৫ শতাংশ ব্ৰাহ্মণ মন্ত্ৰিপদ ! দল যেতিয়া লোকতান্ত্ৰিক, ক্ষমতা লোকতান্ত্ৰিক কিয় নহ'য় ? সংবিধান বেন কৰাৰ মতলব ?? 

কিউবাৰ দৰে ক্ষুদ্ৰ ৰাষ্ট্ৰই স্বাস্থ্য আৰু শিক্ষাক বিনামুলীয়া কৰি ৰাখিছে ৷ বাকী লেট্ৰিন আমোৰিকাত হৈছে নে? নাই হোৱা বৰঞ্চ লেট্ৰিন আমেৰিকাত পূঁজিপতি আৰু ঔপনিৱেশকাৰী আমেৰিকানে তাৰ থলুৱা লোকৰ অধিকাৰ বাণিজ্য আৰু ৰাজনীতিৰে কুক্ষিগত কৰি আহিছে ৷ যাৰ ফলত থলোৱালোক সকলে আমেৰিকানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছে ৷ একেই দশা আজি ভাৰতবৰ্ষত ৷ থলুৱা নক্সাল, আদিবাসী আৰু জনজাতিসকলৰ ন্যাৰ্য অধিকাৰ, ভুমি আদি পূঁজিপতি তথা ঔপনিৱেশকাৰী ব্ৰাহ্মণে কাঢ়ি লৈছে ৷ য'ত কাঢ়িব পৰা নাই তাত সামৰিক বাহিনীৰ বল প্ৰয়োগ কৰি জনজাতি, আদিবাসী আৰু নক্সালী সাধাৰণ জনতাৰ ওপৰত অমানুষিক অত্যাচাৰী আক্ৰমণ চলাইছে ৷ আদিবাসী গাভৰুক সামৰিক বাহিনীৰ হতুৱাই ধৰ্ষণ কৰোৱাইছে; হত্যা কৰিছে ৷ চৰম নিৰ্যাতনৰে জনজাতিৰ, আদিবাসীৰ, নক্সালৰ ভুমি হস্তগত কৰি গৈছে ৷ এইবোৰ আক্ৰমণ-অত্যাচাৰ ভাৰতবৰ্ষৰ দলিত, অবিচি নতুবা এছচি-এছটিৰ লোকে কৰিছে নেকি? নাই কৰা ৷ বৰঞ্চ কংগ্ৰেছ-বিজেপি চৰকাৰৰ মন্ত্ৰিসভাত থকা ৬০-৬৫ শতাংশ ব্ৰাহ্মণ মন্ত্ৰি-আমোলাই কৰিছে ৷

দেশত সাধাৰণ লোকৰ বাবে শিক্ষা-স্বাস্থ্য বিনামুলীয়া হ'ব লাগিছিল, নহ'ল ৷ বিপৰীতে শিক্ষাক ব্যয়বহুল কৰা হ'ল ৷ যাতে সমাজৰ সাধাৰণ শ্ৰেণীয়ে, দৰিদ্ৰ শ্ৰেণীয়ে ৰাজনৈতিক ক্ষমতা লৈ থকাকেইটাৰ সুবিধা সমানে চুব নোৱাৰে; কোন প্ৰকৃত ডকাইত, দেশ আৰু জনতাৰ ভক্ষক সেইটো চিন্তা আৰু চিনাক্ত কৰিব যাতে নোৱাৰে ৷

সংবিধান দেশৰ অস্তিত্ব, দেশৰ প্ৰাণ, আত্মমৰ্যদা, সম-অধিকাৰ, সন্মান সকলো ৷ সংবিধান এক লোকতান্ত্ৰিক ব্যৱস্থা ৷ সেই সংবিধানেই আজি বিদেশী ব্ৰাহ্মণ বণিয়াৰ হাতত অসুৰক্ষিত তথা লোকতান্ত্ৰিক ব্যৱস্থা লুপ্ত হ'বলৈ গৈ আছে ৷ দেশৰ সংবিধান অসুৰক্ষিত তথা লোকতান্ত্ৰিক ব্যৱস্থা লুপ্ত কৰিব বিচৰা মানে দেশৰ সাৰ্বভৌমত্বত বৃহৎ ভাবুকি ৷ লোকতান্ত্ৰিক ব্যৱস্থা বিলুপ্ত মানেই দেশত পূঁজিবাদ আৰু ঔপনিৱেশবাদৰ সৃষ্টি ৷ সংবিধানে দিয়া সাংবিধানিক কৰ্তৃত্ব আনৰ পৰা কাঢ়িবলৈ; দেশৰ লোকতান্ত্ৰিক ব্যৱস্থা বিলুপ্ত কৰিবলৈ পাঁচ শতাংশ ব্ৰাহ্মণে কেনেকৈ কাৰ পৰা সাহস পাইছে ? ভাৰতীয় সংবিধান অৱমাননা কৰা মানে দেশক অৱমাননা কৰা; দেশদ্ৰোহী ৷

দেশৰ সাৰ্বাধিক জনসংখ্যা "অন্যান্য পিছপৰা জাতি"(OBC, ভাৰতত সৰ্বমুঠ ৩৭৩৪ টা জাতি এতিয়াও অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাভুক্ত)য়ে নিজৰ সংৰক্ষণ কোটা ২৭ শতাংশৰ পৰা ৫২ শতাংশ দাবী উত্থাপন কৰিছে ৷ ব্ৰাহ্মণ সমাজে এই সংৰক্ষণ পোনচাতেই বিৰুধ কৰিছে ৷ আনকি সমগ্ৰ ব্ৰাহ্মণ সমাজে দেশত সংৰক্ষণৰ দৰে সাংবিধানিক ব্যৱস্থাটোৰে বিলুপ্তি সাধন বিছাৰিছে ৷ সংৰক্ষণৰ দৰে ৰাষ্ট্ৰৰ বিধিগত ব্যৱস্থাৰ বিলুপ্তি বিচৰা মানেই লোকতান্ত্ৰিক ব্যৱস্থাৰ বিৰুধী আৰু লোকতান্ত্ৰিক ব্যৱস্থা বিৰুধ কৰা মানেই সংবিধান বিৰুধী ৷ যিয়ে সংবিধান বিৰুধ কৰে সেইসকল দেশ বিৰুধী তথা দেশদ্ৰোহী ৷ ব্ৰাহ্মণৰ দৰে মুকলিকৈ লোকতন্ত্ৰ ব্যৱস্থাত থকি কোনেও দেশ বিৰুধী কৰা নজিৰ ভাৰতীয় ইতিহাসত নাই ৷ ব্ৰাহ্মণ দেশদ্ৰাহী ৷

দেশত সমতা, স্বতন্ত্ৰতা, বন্ধুত্ব আৰু ন্যায় বিচাৰি আম জনতাৰ মাজত আজি হাহাকাৰ কিয়? দেশৰ ন্যায়ালয়ত আজিও লাখ লাখ বিচাৰ পৰি আছে বিনা বিচাৰে ৷ দেশৰ ন্যায় বিচাৰৰ বিভিন্ন বিভাগত খালি হৈ থকা পদবীত নতুনকৈ মকৰল বা নিযুক্তি নিদিয়াৰ অৰ্থ ? দেশত এনে কি মানৱ সম্পদ কম হ'ল যে ন্যায় বিভাগত নিযুক্তিৰ বাবে যোগ্য লোকৰ অভাৱ ৷ যোগ্য আৰু দক্ষতা কেৱল ব্ৰাহ্মণৰহে সংৰক্ষিত নেকি? 

দেশৰ উচ্চতম ন্যায়ালয়ত ব্ৰাহ্মণৰ অধিপত্যৰাজ ২০০০ চনৰ কৰিয়া মুণ্ডাৰ প্ৰতিবেদনত সুন্দৰকৈ ডাঙি ধৰিছে ৷ মুণ্ডাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা ১৮ ৰাজ্যত OBC, SC আৰু ST সকলৰ লগতে ব্ৰাহ্মণৰ ন্যায়াধীশৰ সংখ্যা তলত উল্লেখ কৰা হ'ল ৷ 

Name    Brhamin   OBC   ST  SC

দিল্লী               ২৭      ০        ০     ০
পাটনা             ৩২      ০        ০    ০
ইলাহাবাদ       ৪৭      ১        ০    ১
অন্ধ্ৰপ্ৰদেশ       ২৫      ৪        ০    ১
গুৱাহাটী         ১২      ১        ২    ০
কেৰলা           ১৩      ৯        ০    ২
গুজৰাট          ৩০     ২        ০     ১
চেন্নাই             ১৭     ১৬      ০     ৩
জম্মু-কাশ্মীৰ   ১১      ০        ১     ০
কৰ্ণাটক          ৩২      ০        ০     ১
ওড়িছা            ১২      ০        ০     ১
পঞ্জাৱ             ২৪      ০        ০     ২ 
কলকাতা        ৩৭      ০        ০     ০
হিমাচল           ০৬      ০        ০     ০
মধ্যপ্ৰদেশ       ৩০      ০        ০     ০
ছিকিম            ০২       ০       ০     ০
ৰাজস্থান         ২৪       ০       ০     ০
মুম্বাই              ৪৫      ৩        ০     ২

ওঁঠৰখন ৰাজ্যৰ সৰ্বমুঠ ৪৮১ গৰাকী ন্যায়াধীশ ৷ ইয়াৰে ৪২৬ গৰাকী ব্ৰাহ্মণ, ৩৫ গৰাকী অন্যান্য পিছপৰা জাতি(OBC)ৰ, ৫ গৰাকী জনজাতি(ST)ৰ আৰু ১৫ গৰাকী অনুসূচীত জনজাতি(SC)ৰ লোক ৷  

ব্ৰাহ্মণে দেশৰ ন্যায়পালিকাত একক অধিপত্যৰে ন্যায় ব্যৱস্থা নিজৰ হাতত নিয়ন্ত্ৰিত কৰি ৰখাৰ ওপৰিও দেশৰ ব্যৱসায় বাণিজ্যত ৯৫ শতাংশ, শিক্ষাত ৭৫ শতাংশ, চাকৰীত ৭৫ শতাংশ, ৰাজনীতিটো ৯০ শতাংশৰে অধিপত্য কেৱল আৰ্য্য ব্ৰাহ্মণৰ হাতত ৷ দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতি সকলৰ কিমন শতাংশক শোষকৰূপী ব্ৰাহ্মণ শাসকে তেওঁলোকৰ সমকক্ষ হ'বলৈ দিছে ? এটা জাতিৰ একক আগ্ৰাসন লোকতন্ত্ৰত কেনে ব্যৱস্থা? এয়া ব্ৰাহ্মণৰ সুবিধাবাদী দখলদৰী চৰিত্ৰৰ বাহিৰে কি হ'ব পাৰে?

দেশত অনুসূচীত জাতি কল্যাণ আয়োগ, অনুসূচীত জাতি কল্যাণ আয়োগ, অন্যান্য পিছপৰা জাতি কল্যাণ আয়োগ আৰু ধৰ্মীয় সংখ্যালঘু কল্যাণ আয়োগ আছে ৷ কিন্তু আশ্চাৰ্য্যজনক ভাৱে ব্ৰাহ্মণ কল্যাণ পৰিষদ নাই ৷ 

মোগলৰ দিনত দ্ৰাৱিড় সকলে হিন্দু ধৰ্মৰ অন্যায় আৰু নীচতা দেখি মুছলমান ধৰ্ম গ্ৰহণ কৰিলে ৷ ইংৰাজৰ দিনটো দ্ৰাবিড় আৰু মংগোলীয় সকলৰ একাংশই খৃষ্ট্ৰান ধৰ্ম গ্ৰহণ কৰিল; শিখ সকলে অন্য ধৰ্ম স্থাপনা কৰিলে ৷ হিন্দু ধৰ্ম এৰি অন্য ধৰ্ম গ্ৰহণ কৰা বাবেই ব্ৰাহ্মণৰ কূটনীতি, চল-চাতুৰীত দেশত শিখ সংঘৰ্ষ, খৃষ্ট্ৰীয়ান সংঘৰ্ষ, মুছলমান সংঘৰ্ষ, ধৰ্মীয় সাম্প্ৰদায়ীক সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষৰ দৰে বিভাজিত পৰিৱেশ সৃষ্টি কৰাই আহিছে শোষণৰ সুবিধাৰ্থে ৷ দেশৰ আজাদীৰ ৭০ বছৰৰ পাছত একক সংখ্যাগৰিষ্ঠতাৰে দিল্লীৰ মচনদ দখল কৰি ব্ৰাহ্মণ্যবাদী বিজেপিয়ে দেশৰ "নিৰপেক্ষতা"ক উভালি ধৰ্মৰ আধাৰত "হিন্দুস্থান" কৰাৰ মুকলি হুংকাৰ দিছে; ২০২১ ত সকলোকে হিন্দু ধৰ্মীয় পোছাক পিন্ধিবলৈ ধমক দিব ধৰিছে ৷ সমগ্ৰ দেশতে ব্ৰাহ্মণে ব্ৰাহ্মণ্যবাদৰ গোড়ামীতাৰে সাধাৰণ জনতাক পুনঃ গোলাম কৰিবলৈ; শোষণ কৰিবলৈ; পূঁজিবাদ আৰু ঔপনিৱেশৰাজ কৰিবলৈ উঠি পৰি লাগিছে ৷