ভুমিপুত্ৰ জনজাতিয়ে ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠা কৰকঃ

সমগ্ৰ ভাৰতত মুঠ জনসংখ্যাৰ মাত্ৰ তিনি শতাংশ ব্ৰাহ্মণ ৷ এই তিনি শতাংশ ব্ৰাহ্মণেই ভাৰতীয় শাসনৰ বাঘজৰি একচেতিয়াকৈ নিজৰ ইচ্ছা মতে চম্ভালি আহিছে ৷ ভাৰত ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভ কেৱল তিনি শতাংশ ব্ৰাহ্মণৰ নিয়ন্ত্ৰণত ৷ এই তিনি শতাংশ ব্ৰাহ্মণ আকৌ ভাৰতৰ মুল নিবাসী নহ'য় ৷ প্ৰকৃততে তেওঁলোক বিদেশী; ইউৰেচীয়ান ৷ ভাৰতত মোগল অহাৰ পাছতহে ব্ৰাহ্মণৰ আগমণ ঘটে ৷ অৰ্থাৎ মোগলৰ পাছতেই ব্ৰাহ্মণ ভাৰতত প্ৰৱেশ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় ডিএনএ(DNA Test) পৰীক্ষাতো ব্ৰাহ্মণসকল ভাৰতভুমিৰ নহ'য় বুলি ইতিমধ্যেই নিৰ্ণয় হৈছে ৷ 

দেশজুৰি থকা মাত্ৰ তিনি শতাংশ ব্ৰাহ্মণ আজি এশ কোটি জনগণৰ ভাগ্যনিয়ন্ত্ৰা ৷ আঁচৰিত লাগিলেও এয়া চিৰ সত্য ৷ ভাৰতৰ গণতন্ত্ৰৰ চাৰিওটা স্তম্ভ এই বিদেশী ব্ৰাহ্মণৰ দখলত ৷ দেশৰ ন্যায়পালিকা, বিধায়িনীপৰিষদ, কাৰ্যপালিকা আৰু মিডিয়া হাউচ, এই চাৰিওটা স্তম্ভতে বিদেশী ব্ৰাহ্মণৰ হাতৰ কব্জাত ৷ ভাৰতৰ এই চাৰিও হৃদপিণ্ডত বিদেশী ব্ৰাহ্মণৰ হাতুৰা ৷ দেশৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত বিদেশী ব্ৰাহ্মণৰ উচ্চ বিষয়াৰ আসন বিদেশী ব্ৰাহ্মণৰ সংৰক্ষণত ৷

ভাৰতবৰ্ষত আজিলৈকে হোৱা ৯৫ শতাংশ ৰাষ্ট্ৰপতি ব্ৰাহ্মণ ৷ প্ৰধানমন্ত্ৰি ব্ৰাহ্মণ, চোৰাংচোৱা বিষয়া ব্ৰাহ্মণ ৷ কৰ্পৰেট চেক্টৰৰ বিষয়া, বেংক বিষয়া, সামৰিক বিভাগৰ বিষয়া বিদেশী ব্ৰাহ্মণ ৷ আনকি আজিও ভাৰতৰ এশকোটি জনসাধাৰণে আজি আৰু কালিলৈ কি পঢ়িব সেয়াও ব্ৰাহ্মণেই নিৰ্ণয় কৰে ৷ ভাৰতবৰ্ষৰ প্ৰায় ৮৯ শতাংশ কিতাপ কেৱল ব্ৰাহ্মণেই লিখে ৷ সেই কিতাপ লাগিলে কোনো চৰকাৰী শিক্ষা বিভাগৰেই হওঁক নতুবা অনুষ্ঠান প্ৰতিষ্ঠানৰেই হওঁক ৷

হিন্দু শব্দটো পাৰছী শব্দ ৷ অৰ্থাৎ হিন্দু এটা গালি সূচক শব্দ ৷ এই গালি মোগলে ব্যৱহাৰ কৰিছিল ৷ যাৰ অৰ্থ ডাকু, চুৰ আৰু জাৰজ ৷ হিন্দু শব্দটো কোনো ৰামায়ণ, মহাভাৰত, বেদ-উপনিষদ, বিষ্ণুপুৰাণ নতুবা গীতাত উল্লেখ নাই ৷ কোনো পৌৰাণিক ধৰ্মীয় সম্পৰ্কীয় গ্ৰন্থতেই হিন্দু শব্দটো পোৱা নাযায় ৷ ব্ৰাহ্মণে নিজকে কেতিয়াও হিন্দু বুলি নকয় ৷ বিদেশী ব্ৰাহ্মণে নিজক সদায়ে ব্ৰাহ্মণ বুলিয়ে পৰিচয় দিয়ে ৷ অৰ্থাৎ বিদেশী ব্ৰাহ্মণে নিজকে স্বয়ং ঈশ্বৰ প্ৰেৰিত ধৰ্ম ৰক্ষক বুলি দাবী কৰে ৷

ভাৰতবৰ্ষত যেতিয়াই গণতান্ত্ৰিক নিৰ্বাচনকেন্দিক ব্যৱস্থাৰ সূচনা হ'ল তেতিয়াই ক্ষুদ্ৰসংখ্যক ব্ৰাহ্মণে বহুসংখ্যক মুল নিবাসী ভাৰতীয়ক শাসন কৰিবলৈ "হিন্দু"শব্দৰে ধৰ্মীয় আৱেগৰে ভাৰত শাসনৰ ষড়যন্ত্ৰ ৰচনা কৰে আৰু তাৰেই প্ৰতিফলন "ভাৰতত থকা প্ৰত্যেকেই ভাৰতীয় নাগৰিক" শ্লগানটো ৷ অৰ্থাৎ এই শ্লগানলৈ যদি চায় তেন্তে উত্তৰ-পূৱলৈ বাংলাদেশী প্ৰৱজনৰ দিশটো ৷ এইটো নকলেও হ'য় যে এই অতি স্পৰ্শকাতৰ সমস্যাটো শাসনত থকা বিদেশী ব্ৰাহ্মণে নিজৰ সুৰক্ষাৰ স্বাৰ্থত "ৰাজনীতি" কৰি আহিছে ৷ 

ব্ৰাহ্মণ সমাজ প্ৰতিষ্ঠা কৰা দয়ানন্দ সৰস্বতীয়ে তেওঁ লিখা কিতাপ "সত্যাৰ্থ প্ৰকাশ"ত লিখিছে যে ব্ৰাহ্মণ হিন্দু নহ'য় ৷ হিন্দু শব্দটো মোগলে দিয়া এটা গালি সূচক শব্দ ৷ যাৰ অৰ্থ হ'ল চুৰ, ডকাইত আৰু জাৰজ

এতিয়া চাওঁ অসমলৈ ৷ অসমত মুঠ জনসংখ্যাৰ ১২·৬ শতাংশ ভুমিপুত্ৰ জনজাতি ৷ অৰ্থাৎ সমগ্ৰ ভাৰতত থকা তিনি শতাংশ ব্ৰাহ্মণৰ লগত কেৱল অসমত থকা ১২ শতাংশ ভুমিপুত্ৰ জনজাতিৰ অৱস্থাটো আকাশ পাতাল পাৰ্থক্য ৷ ইয়াতকৈ আঁচৰিত বিষয়টো হ'ল যে কেৱল তিনি শতাংশ বিদেশী ব্ৰাহ্মণে ভাৰতক শাসন কৰাৰ বিপৰীতে অসমত থকা ১২ শতাংশ ভুমিপুত্ৰই ভাৰতক বাদেই অসমতে শাসন ক্ষেত্ৰত শূণ্য শতাংশৰ ঘৰত ৷ এক লজ্জাজনক প্ৰতিছব্বি !

ভাৰতৰ তিনি শতাংশ বিদেশী ব্ৰাহ্মণ আৰু অসমৰ ১২ শতাংশ ভুমিপুত্ৰ জনজাতি ! সংখ্যাগত দিশত সুমেৰু কুমেৰু; একেই সুমেৰু কুমেৰু শাসনৰ ক্ষেত্ৰত ৷ এক লজ্জাজনক অৱস্থিতিত অসমৰ ভুমিপুত্ৰ জনজাতিয়ে নিজৰ অস্তিত্ব আন বিদেশীৰ হাতত বন্ধকত ৰাখিব বিচৰা কাৰ্য্যটো চৰম আত্মঅপমানিত আৰু ধিক্কাৰজনক ৷

অসমৰ ভুমিপুত্ৰ জনজাতিয়ে নিজৰ ভুমি অধিকাৰ, সাংবিধানিক অধিকাৰ, নিজৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু জনজাতীয় অস্তিত্বটো আনৰ হাতত ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবলৈ দায়িত্ব দি ৰখাটো চৰম বাতুলামিৰ বাহিৰে আন একো নহ'য় ৷ ৰাজ্যখনৰ ভুমিপুত্ৰ জনজাতিয়ে জনসংখ্যৰ দিশত, বৌদ্ধিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সমীকৰণ ইত্যাদি ফালৰ পৰা তিনি শতাংশ বিদেশী ব্ৰাহ্মণতকৈ কোনো গুণে কম নহ'য় ৷ তাৰ পাছতো বাৰ শতাংশ জনজাতিয়ে অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্যত নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ আজি হাহাকাৰ কৰিব লগা হৈছে ৷ কাৰণবোৰ কি তাক আমি ফহিয়াই নোচোৱাৰ কাৰণ কি?

সুদীৰ্ঘ দশক ধৰি অসমৰ জনজাতীয় মানুহখিনিয়ে প্ৰতিৱেশী দেশৰ প্ৰৱজনীয় সমস্যাই হওঁক কিম্বা দেশীয় ৰাজন্যবৰ্গৰ ৰাজনৈতিক-কূটনৈতিক অভিসন্দিয়েই হওক সকলো ফালৰ পৰাই দুদ্যলমান অৱস্থিতিত জীৱন আৰু সম্পত্তি হেৰুৱাবলৈ উপক্ৰম হৈছে ৷ ৰাজ্যখনৰ ৰাজনৈতিক ক্ষমতা, প্ৰশাসনীয় ক্ষমতাৰ সকলোতে বিদেশী ব্ৰাহ্মণৰ কব্জা ৷ অসমৰ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কোনো বিভাগেই ব্ৰাহ্মণ অবিহনে চলা নাই ৷ বিভাগীয় সকলো স্তৰতেই কৌনজী বিদেশী বংশধৰৰ দখল ৷ আনকি জনজাতীয় পৰম্পৰাগত ৰীতি-ৰিৱাজ প্ৰযন্ত বিদেশী ব্ৰাহ্মণৰ হাতুৰা লাহেকৈ পৰিব ধৰিছে ৷ এয়া গভীৰ চিন্তনীয় বিষয় !

এখন সাৰ্বভৌম দেশত ইয়াৰ ভৌগলিক গণতান্ত্ৰিক সমাজবাদৰ অংশিদাৰী হিচাপে অসমৰ ভুমিপুত্ৰ জনজাতিসকলেও ভাৰতীয় নাগৰিক হোৱাৰ সুবাদতে দেশৰ সাংবিধানিক পৰিমণ্ডলীয় ব্যৱস্থাত ৰাজনৈতিক অংশীদাৰিত্বৰ লাভা-লাভ পাব লাগে যদিও সেয়া জনজাতিসকলক বঞ্চিত কৰা হৈছে ৷ ৰাজ্যখনত ভুমিপুত্ৰ জনজাতিৰ ৰাজনৈতিক অংশীদাৰীত্ব এলাগি কৰা হৈছে; বঞ্চনা আৰু লাঞ্ছিত কৰা হৈছে ৷ যাৰ ফলত ভুমিপুত্ৰ জনজাতীয়ে নিজ ভুমিৰ অধিকাৰ হেৰুৱাৰ উপক্ৰম হোৱাৰ লগতে নিজৰ নাগৰিকত্ব পৰিচয়টোত গভীৰ সংশয় প্ৰকট হোৱাৰ সম্ভাৱনাই অধিক ৷

ৰাজ্যখনৰ জনজাতীয় সমস্যা অত্যন্ত উত্তপ্ত অৱস্থাৰ মাজত ৷ জনজাতীয় মানুহখিনিয়ে সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকা জটিল বিষয়টো আজিও ৰাজনৈতিক ভাৱে কোনো সমাধানৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা নাই ৷ ইয়াৰ অন্তৰালত অত্যন্ত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত আছে ৷ এই ষড়যন্ত্ৰত যে ৰাজনৈতিক আৰু প্ৰশাসনীক প্ৰতাপ বৰ্তাই ৰখা বিদেশী ব্ৰাহ্মণ সকলেই অথন্তৰ কৰি আছে সেয়া জল-জল পট-পটকৈ স্পষ্ট হৈ আছে ৷

দেখা যায় যে অসম চৰকাৰৰ প্ৰত্যেকটো প্ৰশাসনীয় বিভাগৰ উচ্চ আসনত বিদেশী ব্ৰাহ্মণেই বহি ৰাজ্যখন নিজৰ ইচ্ছাত নিয়ন্ত্ৰণ কৰি আহিছে ৷ শিক্ষানুষ্ঠানৰ পৰা আদি কৰি ৰাজ্যৰ সামৰিক শাখাৰ পৰিচালক লৈকে; ৰাজনৈতিক দলৰ মুৰব্বীৰ পৰা দল-সংগঠনৰ মুৰব্বীলৈকে বিদেশী ব্ৰাহ্মণৰেই মুল হোতা ৷ ৰাজ্যখনৰ লাখ লাখ জনজাতিৰ ভাৱনাক, জীয়া সমস্যাক লঘু কৰিবলৈ অতি চতুৰতাৰে সময়ে সময়ে একো একোজন জনজাতীয় নেতাক উচ্চ আসনত বহুৱাই আহিছে ৷ বৃটিছ গমনৰ সুদীৰ্ঘ ৭ টা দশকৰ বিৰতিৰ মুৰত সৰ্বানন্দ সোণোৱালেই মুখ্যমন্ত্ৰিৰ আসনত বহা প্ৰথমজন জনজাতীয় মুখ্যমন্ত্ৰি ৷ তেওঁ সেই বিদেশী ব্ৰাহ্মণৰ চৰণ ধুৱা… ৷

দেশৰ নাগৰিক হিচাপে ভুমিপুত্ৰ জনজাতিসকলে কেৱল ভোট দিয়া অধিকাৰটোহে লাভ কৰিলে; ৰাজনৈতিক ক্ষেত্ৰত অংশীদাৰিত্বৰ অধিকাৰটো লাভ নকৰিল ৷ ভুমিপুত্ৰ জনজাতিক ভাষাগত আৰু জাতিগত আধাৰত ভাগ ভাগ কৰি দিয়া হ'ল যাতে কেতিয়াও ভুমিপুত্ৰ জনজাতিয়ে একক ৰাজনৈতিক ক্ষমতা হস্তগত কৰিব নোৱাৰে ৷ ৰাজনৈতিক অংশীদাৰীত্বত জনজাতিক সদায়ে দ্বিতীয় নাগৰিকৰ শাৰীলৈ ঠেলি দিয়া হ'ল ৷

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাত আজিও জনজাতিক বৈষম্য কৰি অহা হৈছে ৷ চতুৰ্থ বৰ্গৰ শ্ৰেণী পদ পোৱাৰ বাহিৰে জনজাতিয়ে আন আন উচ্চ পদবীৰ আসন কেৱল সংৰক্ষণৰ যোগেদিহে পাবলৈ সক্ষম হ'য়; অন্যথা নহ'য় ৷ মন কৰিব যে সংৰক্ষণ সামাজিক সমতা ৰাখিবলৈ কৰা হ'য় কিন্তু তিনি শতাংশ বিদেশী ব্ৰাহ্মণে সেয়াও কাঢ়ি দেশত সামাজিক সমতা নাইকীয়া কৰি আহিছে ৷ যাতে তেওঁলোকে বৰ্ণত আনতকৈ উচ্চত অধিষ্ঠিত হৈ থাকে ৷ সামাজিক অ-সমতা বিদেশী ব্ৰাহ্মণেই সৃষ্টি কৰা ৷ 

এইটো মন কৰিব যে ভাৰতীয় সংবিধানত কোনো অৰ্থনৈতিক সংৰক্ষণ নতুবা অৰ্থনৈতিক সমতা বিষয়টো সন্নিবিষ্ট কৰা হোৱা নাই ৷ সংবিধানৰ এনে দুৰ্বলতা লৈয়ে বিদেশী ব্ৰাহ্মণে দেশৰ অগণন দৰিদ্ৰজনৰ পৰা ভুমি কৰ এশগুণ বঢ়াই অৰ্থনৈতিক শোষণবাদ নিৰ্বিঘ্নে চলাই আহিছে ৷ অৰ্থনৈতিক প্ৰতিষ্ঠানত যেনে বেংকসমূহত কৃষকে লোৱা সুতৰ হাৰ ২৫ গুণ বঢ়াই তোলা হৈছে ৷ কৃষকৰ পৰা বলপূৰ্বক সুত গ্ৰহণ কৰা বেংক বিষয়াসকলেই বৃহৎ ধন আত্মসাৎ কৰি দেশ এৰি উধাও হৈছে ৷ ধন লৈ দেশ এৰি পলায়ন কৰা অধিকাংশই বিদেশী ব্ৰাহ্মণ ৷

অৰ্থনৈতিক শোষণে দেশৰ কৃষক মৃত্যুৰ মুখলৈ ঠেলি দিছে অথচ এই কৃষকৰ আত্মহত্যা বিষটো কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই গুৰুত্ব সহকাৰে লোৱা নাই ৷ বিদেশী ব্ৰাহ্মণেৰে ভৰপূৰ হৈ থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কেনেকৈ আদিবাসী আৰু জনজাতি কৃষকৰ কথা চিন্তা কৰিব ? বিদেশী ব্ৰাহ্মণে আজিলৈকে পথাৰত কোৰেই মাৰি পোৱা নাই ৷ দেশত কৃষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাটো এটা গভীৰ ষড়যন্ত্ৰ ৷ ভাৰতীয় অৰ্ধকে সংখ্যকেই হৈছে আদিবাসী আৰু জনজাতি ৷ সেই ফালৰ পৰা ভুমি অধিকাৰৰ প্ৰথম স্বত্বটো আদিবাসী আৰু জনজাতিৰ হাতত ন্যস্ত থাকে ৷ বিদেশী ব্ৰাহ্মণৰ হাতত আজিলৈকে ভুমিৰ অধিকাৰ নাই ৷ কিন্তু বিদেশী ব্ৰাহ্মণে ৰাজনৈতিক কূট-কৌশলৰে দেশৰ জনজাতীয় কৃষকক অৱশ্যেই ভুমিহীন কৰি তুলিছে ৷


শেষত, অসমৰ ১২ শতাংশ জনজাতিয়ে একক নিৰ্ণায়ক সিধান্ত গ্ৰহণ কৰিব লাগিব ৷ সেয়া হৈছে ৰাজ্যখনত ৰাজনৈতিক অংশীদাৰীত্ব প্ৰতিপন্নৰে ক্ষমতা নিজৰ হাতলৈ হস্তগত কৰা ৷ অসমৰ ভুমিপুত্ৰই পৰম্পৰাগত সংস্কাৰ সমূহত অধিক মনোনিৱেশ কৰাতকৈ ৰাজ্যৰ ৰজনীতিত ৰাজনৈতিক অংশীদাৰীত্ব দাবীদাৰ হোৱাৰ কচৰৎ কৰক ৷ ভুমিপুত্ৰ জনজাতিয়ে নিজক সুৰক্ষা কৰিবলৈ ভাৰতৰ দৰে দেশত প্ৰথমেই গণতান্ত্ৰিক ব্যৱস্থাৰ পূৰ্ণ সুযোগ লওক ৷ একো একোটা জাতিৰ বাবে ৰাজনৈতিক ক্ষমতা অমৃতকৈ মূল্যাবান ৷ ৰাজনৈতিক ক্ষমতাত জাতি এটাৰ সুৰক্ষিত ভৱিষ্যতৰ দিশটো নিহিত হৈ থাকে ৷ এই কথাটো ভুমিপুত্ৰ জনজাতিয়ে সৰ্বপ্ৰথম মন কৰ উচিত ৷

1 comment:

  1. পিছত কমেন্ট কৰিম

    ReplyDelete

Thank you.